Pamne Moi Ghurai chords by Zubeen Garg
Guitar chords with lyrics
- Difficulty: Intermediate 💪
Key: B
Intro:
B G#m E
C#m F# A#
B G#m E
C#m F# B
Chorus:
B G#m
পামনে মই ঘূৰাই
E
আকৌ এবাৰ জীৱনত
C#m F# B
দেউতাৰ চকুতে চাই হোৱা সেই ছবি
Verse 1:
G#m
হিয়াৰ আমঠু
E
ভাগি থান বাণ হলে
C#m F# B
জিৰণি ল'বলে লাগে চাগে এখনি বুকু
Verse 2:
E B
এতিয়াও দেহত লাগি আছে সুবাস
E B
দুখনি হাতৰে উমাল পৰশ
C#m B
কিয় জানো হঠাতে দিঠক হ'ল উকা সপোন
Solo:
B G#m E
C#m F# B E
Verse 3:
E B F# B
কাষতে থাকিও নোপোৱাৰ বেদনা
E B E B
সমুখত দেখিও নেদেখাৰ যাতনা
C#m C# B
কোনেনো বুজিব কাৰ বুকুৱে কান্দিব
Chorus:
B G#m
পামনে মই ঘূৰাই
E
আকৌ এবাৰ জীৱনত
C#m F# B
দেউতাৰ চকুত চাই হোৱা সেই ছবি
C#m E B
দেউতাৰ চকুত চাই হোৱা সেই ছবি Published:
Last updated:
Please rate for accuracy!
